Saturday, 2 September 2017

লিমাৰিক

                 ()

মাছৰতেলেৰেই মাছ ভজাৰমন
সেয়েলৈছোঁ মই যৌতুকলোৱাৰ পণ
কামকৰোঁ চৰকাৰী
ঘোচখোৱা দৰকাৰী
বিয়াপাতি পাম কিছুফকতীয়া ধন


                 ()
দিবমোক টিভি, ফ্ৰীজআৰু নিউ কাৰ
বিচাৰিছোঁএনে ধনীক, একজী যাৰ
বিয়াপাতি সুখী
শহুৰোনহয় দুখী
লানে বগা কইনাচিন্তা নাই তাৰ

                ()
সামাজিকমহাব্যাধি নামটি যৌতুক,
কোৱানাই তোমাক মইকোনো কৌতুক
যৌতুকৰআতংক
সমাজৰকলংক
নকৰিবাদুখী তুমি কাকোঅহেতুক

             *     *    *   *  







         প্ৰাণতোষ কুমাৰ সূত্ৰধৰ
 সহকাৰী শিক্ষক, গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়
    ছয়গাঁও শিক্ষাখণ্ড, কামৰূপ (গ্ৰাম্য) জিলা 

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: