কাৰঅনামিকাৰ পৰশত
আজি মোৰ কপালতজোনাকে নাচিব ?
কাৰ কোমল স্পৰ্শই
আজি মোৰ ওঁঠতহাঁহি বিৰিঙাব ?
সেন্দূৰ,তুমিতো জানাই----
মই স্বাধীনতা ভালপোৱা নাৰী, অবাধস্বাধীনতা । তুমি জানো দিবপাৰিবা সেয়া !
তোমাৰ স্পৰ্শত মইসাহস বিচাৰোঁ ,
ভিৰুতা নহয় ।
তোমাৰ স্পৰ্শত মইমুক্তি বিচাৰোঁ,
বন্দিত্ব নহয় ।
তুমি জানো মোকদিব পাৰিবা সেন্দূৰ !
********
********
জালৰ আলগা নয়াপাৰা প্ৰাথমিক বিদ্যালয়, ধুবুৰী
ম'বাইল - ৯৬১৩০ ৪৭৭০৯


0 Please Share a Your Opinion.: